ফুচকা খাই ভাল পায় নেকি? যদি পায় অলপ সাৱধান হওক, ফটো চোৱাৰ পিছত আপুনিও ১০ বাৰ ভাবিব খাবলৈ
ছচিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে য'ত ফুচকাৰ ভিতৰত পোক দেখা পোৱা গৈছে । আপুনি ফুচকা (Golgappas) খাই খুব ভাল পায় নেকি? যদি পায় তেনেহলে এতিয়াৰে পৰা আপুনি সাৱধান হৈ ফুচকা (Golgappas) খাওক, কিয়নো বাহিৰৰ খাদ্য কেৱল ভেজাল নহয় তাত পোক-পতংগও পোৱা যায়।
যেতিয়াই আপুনি সন্ধিয়া বজাৰলৈ যায়, আপুনি নিশ্চয় ফুচকাৰ গাড়ী দেখা পায়। ফুচকা ভাল পোৱা সকলে তেওঁলোকৰ জিভা নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হয় আৰু লগে লগে সেই ঠেলা গাড়ীলৈ গুচি যায় য’ত ফুচকা বিক্ৰী কৰা হয়। অৱশ্যে, আমি কেতিয়াবা ফুচকাৰ সোৱাদত সন্তুষ্ট নহও, কিন্তু তথাপিও নিজৰ মন ৰখাৰ বাবে খাই লও।
আজিৰে পৰা, যেতিয়া আপুনি ফুচকা খাবলৈ মন যায় তেতিয়া কিছুমান বস্তুত গুৰত্ব দিব, কিয়নো মানুহে ফুচকা খোৱাৰ সময়ত পৰিস্পকাৰ পৰিচ্ছন্নতাৰ দৰে বস্তুসমূহত গুৰুত্ব প্ৰদান নকৰে ।
ফুচকাৰ পৰা ওলাই আহিল পোক
ফুচকা খোৱাৰ সময়ত পৰিচ্ছন্নতাক উপেক্ষা কৰাটো আটাইতকৈ ডাঙৰ ভুল । ছচিয়েল মিডিয়াত (Social Media) এখন ছবি ভাইৰেল হৈ আছে য’ত ফুচকাৰ (Golgappas) ভিতৰত পোক দেখা পোৱা গৈছে। পোকৰ বাবে এই ফটোখন (Photo) ইণ্টাৰনেটত যথেষ্ট ভাইৰেল (Viral) হ’বলৈ ধৰিছে । ফুচকাৰ পানীত পিঁয়াজ আদি দিয়া হৈছে, কিন্তু তাত এটা সৰু পোকো স্পষ্টভাৱে দেখা পোৱা গৈছে।
Pls Comment & share