হেলমেট নিপিন্ধা দুই আৰক্ষীক জবাবদিহি কৰিলে একাংশ যুৱকে।
D24NEWSASSAM: নগাঁও জিলাৰ কামপুৰত আৰক্ষীয়ে হেলমেট নিপিন্ধাকৈ বাইক চলোৱা আৰোহীৰ বিৰুদ্ধে অভিযান চলাই।অভিযান কালত বহুকেইজন বাইক আৰোহীয়ে হেলমেট নিপিন্ধাকৈ বাইক চলোৱাৰ বাবে জৰিমনা বিহে। আৰক্ষীয়ে সকলোকে বাইক চলোৱা সময়ত হেলমেট পৰিধান কৰি নিজকে সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায়। ইফালে আৰক্ষীয়ে অভিযান চলাই থকা সময়তে দুজন আৰক্ষীয়ে হেলমেট পৰিধান নকৰি বাইক চলোৱাৰ বাবে জবাবদিহি কৰে। আৰক্ষীয়ে আইন নামিনিলে দবল ফাইন ভৰিব লাগিব বুলি প্ৰকাশ কৰে কামপুৰ আৰক্ষী থানৰ আৰক্ষী বিষয়াই।
Pls Comment & share