ধিং মহাবিদ্যালয়ত বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত দক্ষিণ পূৱ আৰু উত্তৰ পূৱ ভাৰতত এচিয়া মহাদেশৰ প্ৰবজনৰ পথ আৰু সংস্কৃতিৰ সম্পৰ্কে বক্তৃতা অনুষ্ঠান।
ধিং মহাবিদ্যালয়ত বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু IQAC সহযোগত দক্ষিণ পূৱ আৰু উত্তৰ পূৱ ভাৰতত এচিয়া মহাদেশৰ প্ৰবজনৰ পথ আৰু সংস্কৃতিৰ সম্পৰ্কে বক্তৃতা অনুষ্ঠানত ধিং মহাবিদ্যালয়ত বৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ গুৱাহাটী সঞ্চালিকা ড° সংগীতা গগৈ উপস্থিত থাকি তেখেতে যি একাডেমিক ভ্ৰমণ দক্ষিণ পূৱ আৰু উত্তৰ পূৱ ভাৰতত এছিয়া মহাদেশৰ তথা অসমৰ লগত টাই আহোম সকলৰ যি সাংস্কৃতিক সম্পৰ্ক তথা অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাজ পাৰ খাদ্যাভ্যাস ৰীতি নীতিৰ ওপৰত বিস্তৃত ৰূপত দাঙি ধৰে৷ অনুষ্ঠানত ধিং মহাবিদ্যালয় অধ্যক্ষড° বিমান হাজৰিকা উপাধ্যক্ষা।
ড° স্নিগ্ধা মহন্ত বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আৰু অধ্যাপিকা প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷




Pls Comment & share