Homeৰাষ্টীয় চলন্ত ট্ৰেইনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ৰাষ্টীয় চলন্ত ট্ৰেইনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। D24 NEWS ASSAM November 27, 2021 0 adsettra adds চলন্ত ট্ৰেইনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চলন্ত ট্ৰেইনৰ এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ট্ৰেইন চলি থকা অৱস্থাতে জুইৰ লেলিহান শিখাই মুহূৰ্ততে চাৰিটাকৈ ৰে'লৰ ডবা আগুৰি ধৰে। দিল্লীৰ পৰা চত্তীছগড় আহি থকা এখন চলন্ত ট্ৰেইনত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কোনোমতে প্ৰাণ ৰক্ষা পৰে সকলো সকলো যাত্ৰীৰ। মাজবাটতে ট্ৰেইন ৰখাই অগ্নিকাণ্ড সংঘটিত হোৱা ডবাৰ পৰা অন্য ডবালৈ স্থানান্তৰ কৰা হয় যাত্ৰী সকলক। উধমপুৰ এক্সপ্ৰেছত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। মাজভাগত ৰখাই ৫ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ সক্ষম হয়।পিছত জুই নিয়ন্ত্ৰণলৈ অহাৰ পাছত অগ্নিকাণ্ড সংঘটিত হোৱা ডবা চাৰিটা ট্ৰেইন খনৰ পৰা বিচ্ছিন্ন কৰি পুনৰ নতুন ডবা সংযোগ কৰি যাতায়ত আৰম্ভ কৰে। ৰে’ল বিভাগে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । Below Post Ad Tags ৰাষ্টীয় Newer Older
Pls Comment & share