Homeআন্তৰাষ্টীয়উশাহ ল’লেই প্ৰাণ হেৰুৱাই এখন বাগিচাত ! ১০০ৰো অধিক লোকৰ হৈছে মৃত্যু। আজব-খবৰ আন্তৰাষ্টীয় উশাহ ল’লেই প্ৰাণ হেৰুৱাই এখন বাগিচাত ! ১০০ৰো অধিক লোকৰ হৈছে মৃত্যু। D24 NEWS ASSAM November 27, 2021 0 adsettra adds উশাহ ল’লেই প্ৰাণ হেৰুৱাই এখন বাগিচাত ! ১০০ৰো অধিক লোকৰ হৈছে মৃত্যু। পৃথিৱীত এনেকুৱা বহুতো ৰহস্যময় স্থান আছে য’ত যোৱাৰ লগে লগে মানুহে জীৱন হেৰুৱাব লগা হব পাৰে। কিছুমান স্থানৰ কেৱল নাম শুনিলেই মানুহৰ বুকু কঁপি উঠে। ইংলেণ্ডত এনেকুৱা এটা বিশাক্ত বাগিচা আছে, য’ত গলে কোনোৱে জীৱিত উভতি নাহে । তাত গৈ উশাহ ল’লেই মানুহে নিজৰ প্ৰাণ হেৰুৱায়। এই বাগিচাখনৰ নাম শুনিয়েই আতংকিত হৈ উঠে মানুহ । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, লোকসকলক কেতিয়াও এই বাগিচাত অকলে যাবলৈ পৰামৰ্শ দিয়া নহয়। মানুহে তালৈ যাবলৈ সদায় গাৰ্ড লৈ যায়। কিন্তু যদি কোনোবাই ভুলক্ৰমে অকলে বাগিচালৈ যায়, তেন্তে তেওঁ জীৱিত অৱস্থাত ঘূৰি আহিব নোৱাৰে। ‘বিহ বাগিচা’ নামেৰে জনাজাত বাগিচাখন যুক্তৰাজ্যৰ নৰ্থম্বৰলেণ্ডত অৱস্থিত এই বাগিচাখনৰ নাম ‘এলনভিক পইজন গাৰ্ডেন’ । ইয়াক ‘পইজন গাৰ্ডেন’ বুলিও কোৱা হয়। ‘এলনভিক পইজন গাৰ্ডেনক’ পৃথিৱীৰ আটাইতকৈ বিপদজনক বাগিচা বুলি গণ্য কৰা হয়। আশ্চৰ্যজনকভাৱে, এই বাগিচাখন ইংলেণ্ডৰ আটাইতকৈ ধুনীয়া আকৰ্ষণৰ ভিতৰত এটা । ইয়াৰ মেনিকিউৰ কৰা টপিয়াৰ, ৰঙীন গছপুলি, সুগন্ধি গোলাপ আৰু কেচকেডিং ফাউণ্টেইনে মানুহক আকৰ্ষিত কৰে। Below Post Ad Tags আজব-খবৰ আন্তৰাষ্টীয় Newer Older চলন্ত ট্ৰেইনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
Pls Comment & share