Homeৰাষ্টীয় DJ গান শুনি 63 টা কুকুৰাৰ মৃত্যু। ৰাষ্টীয় DJ গান শুনি 63 টা কুকুৰাৰ মৃত্যু। D24 NEWS ASSAM November 27, 2021 0 adsettra adds DJ গান শুনি 63 টা কুকুৰাৰ মৃত্যু। বিয়াৰ DJ গান শুনি মৃত্যু 63 টা কুকুৰাৰ। বিয়াত বজোৱা DJ গানৰ প্ৰচণ্ড শব্দ শুনি HEART ATTACK হৈ 63 টা কুকুৰা মৃত্যু হোৱাৰ অভিযোগ তুলি কুকুৰাৰ মালিকে দাখিল কৰিছে এজাহাৰ। বালাশ্বৰৰ কাণ্ডাগাৰ্দী গাঁৱৰ ৰঞ্জিত পাৰিদা নামৰ লোকজনৰ কুকুৰা ফাৰ্মত নিশা মৃত্যু হয় 63টা কুকুৰা। কুকুৰা পালকজনৰ ঘৰৰ সমীপতে এক বিবাহ অনুষ্ঠানীত হৈছিল। সেই অনুষ্ঠানত উচ্চস্বৰত বজোৱা হৈছিল DJ গান। এই ঘটনাৰ পাছতেই কুকুৰাৰ মালিক ৰঞ্জিত পাৰিদাই নীলগিৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সচাঁ-মিছা প্ৰমাণ কৰিবলৈ পশু চিকিৎসকৰ কাষ চাপি তদন্ত অব্যাহত ৰাখিছে । Below Post Ad Tags ৰাষ্টীয় Newer চান্দা সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ এতিয়া অসম আৰক্ষী । চান্দা বিচাৰি ৰঙাঘৰৰ আলহী হল ছয় নেতা । Older কুকুৰ আৰু মেকুৰীৰ সংগপ্ৰেমে চমক সৃষ্টি কৰিছে ধিঙত।
Pls Comment & share