ৰক্ষকেই ভক্ষক হব বুলি ভৱাই নাছিল বিধায়িকা গৰাকীয়ে ভূমি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা বিধায়িকা শিৱামনী বৰাৰ ।
মূখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকি ভূঞাৰ ভূমি কেন্দ্ৰিক চৰ্চা বিষয়ত বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰাই হিমন্ত বিশ্ব শর্মাক কটাক্ষ কৰি কয় যে ৰক্ষকেই ভক্ষক হব বুলি ভৱাই নাছিল বিধায়িকা গৰাকীয়ে ।
গেজিং ৰিজার্ভ সংৰক্ষণ আৰু দালাল মুক্ত কৰিব বিছৰা মূখ্যমন্ত্ৰী গৰাকীক প্ৰত্যুত্তৰ দিবলৈ ভাষা বিছাৰি পোৱা নাই শিৱামণি বৰাই ।মূখ্যমন্ত্ৰী গৰাকীকয়ে এনে কাম কৰিলে বেয়া লাগে শিৱামনী বৰাৰ সেয়েহে তদন্ত বিচাৰি এইটো ভাল কাম হোৱা নাই শিৱামণি বৰাই হিমন্ত বিশ্ব শর্মাক কটাক্ষ কৰি কয় ।
Pls Comment & share