Homeআঞ্চলিকমৰিগাও জিলাৰ মিকিৰভেটাৰ খলপীয়াত ড্ৰাগছ সহ যুৱক আটক । আঞ্চলিক মৰিগাও জিলাৰ মিকিৰভেটাৰ খলপীয়াত ড্ৰাগছ সহ যুৱক আটক । D24 NEWS ASSAM December 09, 2021 0 adsettra adds মৰিগাও জিলাৰ মিকিৰভেটাৰ খলপীয়াত ড্ৰাগছ সহ যুৱক আটক ।যোৱা নিশা মিকিৰভেটাৰ খলপীয়াত ড্ৰাগছৰ লগতে নিচা জাতীয় দ্ৰব্য সহ আৰক্ষীয়ে এজন যুবকক আটক কৰে । যি সময়ত ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় গৈছে, ঠিক তেনে সময়তে একাংশ যুৱকে আৰক্ষীক কেৰেপ নকৰি চলাই গৈছে নিজৰ ব্যৱসায় । জানিব পৰা মতে, যোৱা নিশা ১১ বজাত মৰিগাঁও জিলাৰ বৰিবজাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় খলপীয়া গাঁওৰ ৰাহুল আমিনৰ গৃহত ।আৰু তাৰ পৰা ৩১ টা নিচা জাতীয় সিৰাপৰ বটল, ৫ টা ড্ৰাগছ বৰ্তি কন্টেইনাৰ, এটা খালি কণ্টেনাৰ আৰু ড্ৰাগছ ভৰ্তি চাদা টেমাৰ লগতে চাবোন ৰ খালি বাকচ উদ্ধাৰ কৰে । লগতে আৰক্ষীয়ে ৰাহুল অমিনক আটক কৰি বৰিবজাৰ আৰক্ষী চকিলৈ লৈ আহে । ধিংৰ পৰা ছাইফুল ইছলাম ।। Below Post Ad Tags আঞ্চলিক Newer BREAKING NEWS ...........অসমত অতি শীঘ্ৰেই বন্ধ হব ইটা ভাটা । লাখ লাখ নিবনুৱা যুৱক যুৱতী কৰ্মহীন হোৱাৰ দিশে Older ভুক্তভোগী কৃষকৰ দুৰ্দশা, মধ্যভোগী ব্যৱসায়ীৰ কৱলত পাচলিৰ বজাৰ, আকাশলঙ্ঘী শাক পাচলিৰ মূল্য,কিমান লাভৱান হৈছে প্ৰকৃত কৃষক ?
Pls Comment & share