এইবাৰ নগাঁও গুৰু জনাৰ জন্ম স্থানত ৰাসলীলাত বহুৱালী, অশ্লীন নৃত্য প্ৰদৰ্শন : শ্ৰী কৃষ্ণৰ ৰাসলীলাত গোপীৰূপী যুৱকৰ উদণ্ড নৃত্য।
D24 NEWS ASSAM : মৰিগাঁও জিলাৰ বৰঙাবাৰীৰ পাছত এইবাৰ নগাঁও গুৰু জনাৰ জন্ম স্থানত ৰাসলীলাক বহুৱালী কৰি অশ্লীন নৃত্য প্ৰদৰ্শন।
কিয় বাৰে বাৰে গুৰু জনাৰ অমৰ সৃষ্টি ৰাস অথবা ভাওঁনাট এই ধৰণৰ অশ্লীন নৃত্য প্ৰদৰ্শন হয়? গোপী ৰূপত ভাওঁ লোৱা একাংশ যুৱকে ক'ত সাহ পাই এই ধৰণৰ নৃত্য কৰিবলৈ? ইয়াৰ বাবে মূল দোষী গায়ন বায়ন সকল | গুৰুজনাৰ সৃষ্টিক যদি সঠিকভাৱে উপস্থাপন কৰিলে হয় গোপী সকলে এইদৰে উদণ্ড নৃত্য নিশ্চয় দিব নোৱাৰিলে হয় |
উলেখ্য যে ৰহাৰ মধ্যস্থ নামঘৰত উদয়ন সংঘয়ে অনুষ্ঠিত কৰা শ্ৰী কৃষ্ণৰ ৰাসমহোৎৱত সংঘটিত হৈছিল এই নিকৃষ্ট নিৰ্লজ্জ কাণ্ডতো
Pls Comment & share