বৰপথাৰ চাহবাগিছাত নিশা ভয়ংকৰ অগ্নিকাণ্ড ৷
বাগিচাৰ বাসিন্দা সকলে জ্বলি থকা গৃহটি পানী আৰু বাহেঁৰে কোবাই কোবাই অগ্নি নিৰ্বাপন কৰে ৷ পলমকৈ উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনী উপৰত খৰ্গ হস্ত হৈ এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে বাগিছা বাসীয়ে ৷ পিছত অগ্নি নিৰ্বাপক বাহিনী আৰু বৰপথাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত ৰাইজক বুজনি প্ৰদান কৰি ভয়ঙ্কৰ পৰিস্থিতিৰ পৰা ৰাইজক সৈমান কৰাই মৃতদেহ দুটা উদ্ধাৰ কৰি আৰক্ষী থানালৈ লয় যায় ৷
Pls Comment & share