শিক্ষকে তৰিলে চফ্টচিডৰ বিৰুদ্ধে ১ কোটি টকাৰ মানহানিৰ গোচৰ ।
ন্যায়ালয়ৰ বিবেচনাহীনতাৰ বাবে বহুলোক কাৰাগাৰত দিন অতিবাহিত কৰিব লগা হয় বুলিও আক্ষেপ প্ৰকাশ কৰে। চফ্টচিড নামৰ স্বেচ্ছাসেৱী সংগঠনৰ মুখ্য কাৰ্যনিৰ্বাহক সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ শিশু সুৰক্ষা আইন ভংগকাৰী বুলি অভিযোগ উত্থাপন কৰাৰ লগতে ন্যায়াধীশ দাৰাক উল্লাহ ন্যায়পালিকাৰ বিশ্বাস ভংগ কৰা বুলিও সংবাদ মেল যোগে অভিযোগ উত্থাপন কৰে।
Pls Comment & share