Homeআঞ্চলিক ধিঙৰ সবজি মহলত চুৰৰ দপ দপনি । হাতে লুটে কৰায়ত্ব চুৰক। আঞ্চলিক ধিঙৰ সবজি মহলত চুৰৰ দপ দপনি । হাতে লুটে কৰায়ত্ব চুৰক। D24 NEWS ASSAM December 15, 2021 0 adsettra adds ধিঙৰ সবজি মহলত চুৰৰ দপ দপনি । হাতে লুটে কৰায়ত্ব চুৰক। ধিঙত সঘনাই বৃদ্ধি পাব ধৰিছে চুৰি কাৰ্য্য কেতিয়াবা গেলামাল দুকানত কেতিয়াবা জনসাধাৰণৰ ঘৰত চুৰে একেৰাসে চলাই গৈছে চাফাই অভিযান । এইবাৰ চুৰৰ লক্ষ্য ধিঙৰ সবজি মহলত । চুৰে চুৰি কৰি নিলে বেপাৰী আনিচুৰ ৰহমানৰ মটৰ মাহ । পূৱা ৩ মান বজাত সংঘটিত হয় এই ঘটনা কিন্তু চুৰ মুস্তুফাৰ আজি কপাল বেয়া । মটৰ মাহ চুৰি কৰি গাড়ীত ভৰাওঁতেই গৰাকীয়ে হাতে লুটে কৰায়ত্ব কৰে চুৰ মস্তুফাক । চুৰ মস্তুফাক হাতে-লুটে কৰায়ত্ব কৰি ৰাইজে উত্তম মাধ্যম দি ধিং আৰক্ষীক চমজাই দিয়ে । ধিঙৰ পৰা ছাইফুল ইছলাম Below Post Ad Tags আঞ্চলিক Newer Older
Pls Comment & share