Homeআঞ্চলিক কলিয়াবৰৰ এখন বিদ্যালয়ত IPS আনন্দ মিশ্ৰ । আঞ্চলিক কলিয়াবৰৰ এখন বিদ্যালয়ত IPS আনন্দ মিশ্ৰ । D24 NEWS ASSAM December 15, 2021 0 কলিয়াবৰৰ এখন বিদ্যালয়ত IPS আনন্দ মিশ্ৰ ।আঞ্চলিকঃএজন শিশুৰ চৰিত্ৰ গঠনত ঘৰখনৰ লগতে এখন বিদ্যালয়ৰ ভূমিকা কেনেকোৱা হব লাগে IPS আনন্দ মিশ্ৰই তাৰেই যেন বুজোৱা দেখা গল আজি কলিয়াবৰৰ এখন বিদ্যালয়ৰ বিশেষ অনুষ্ঠানত । শিশুৰ মানসিকতা কেনেদৰে গঠন কৰিব পাৰি ঘৰখনৰ লগতে বিদ্যালয়ৰ শিক্ষক সকলৰ ভূমিকা কেনে হোৱা উচিত সেই বিষয়ে IPS আনন্দ মিশ্ৰাই বুজোৱা দেখা গল বিদ্যালয়ৰ অনুষ্ঠানত । Tags আঞ্চলিক Newer Older
Pls Comment & share