Homebreaking-newsBREAKING NEWS... আঠ কিলোগ্ৰাম সোণসহ ২ জনক গ্ৰেপ্তাৰ । breaking-news BREAKING NEWS... আঠ কিলোগ্ৰাম সোণসহ ২ জনক গ্ৰেপ্তাৰ । D24 NEWS ASSAM December 12, 2021 0 adsettra adds আঠ কিলোগ্ৰাম সোণসহ ২ জনক গ্ৰেপ্তাৰ । BREAKING NEWS... বোকাজান মহকুমাৰ দিলাই আৰক্ষী থানাৰ নাকাত আজি নিশা বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট জব্দ কৰে আৰক্ষীয়ে ।জব্দ কৰা সোন খিনিৰ ওজন প্ৰায় ৮ কেজি ১০৫ গ্ৰাম বুলি জানিব পৰা গৈছে । জব্দ কৰা সোন খিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটিৰো অধিক টকা হব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ । এখন হোণ্ডাই venue গাড়ী সৈতে দুটা সৰবৰাহকাৰিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে মণিপুৰৰ প্ৰকাশ বছনেট আৰু সুভাষ বিস্তা। সোণ সহ জব্দ কৰা গাড়ী খনৰ নম্বৰ হৈছে AS 01 EV 2350। সৰবৰাহকাৰী দুটাই সোনখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ আনি আছিল বুলি জানিব পৰা গৈছে । আজি আৰক্ষীয়ে উদ্ধাৰ কৰা সোণখিনি গাড়ীখনৰ ইঞ্জিনৰ ভিতৰত এক গোপন কক্ষত লুকুৱাই আনিছিল । Below Post Ad Tags breaking-news Newer জুৰীয়াৰ জনাঞ্চলত এইবাৰ বন্যহস্তীৰ সন্ত্ৰাস : এজনক আক্ৰমণ । Older শিশুৰ বৰশীত লাগিল সোণৰ বিস্কুট ।
Pls Comment & share