Homeআঞ্চলিকশিশুৰ বৰশীত লাগিল সোণৰ বিস্কুট । আঞ্চলিক শিশুৰ বৰশীত লাগিল সোণৰ বিস্কুট । D24 NEWS ASSAM December 12, 2021 0 adsettra adds শিশুৰ বৰশীত লাগিল সোণৰ বিস্কুট । তেজপুৰ কলিবাৰীৰ ব্ৰহ্মপুত্ৰ বালিত নকল সোন উদ্ধাৰ । তেজপুৰৰ কলিবাৰীৰ ব্ৰহ্মপুত্ৰৰ বালিত দুই কনমানিয়ে বৰশী বাবলৈ গৈ এটা সোনৰ বিস্কুট লাভ কৰে। বিস্কুটৰ টুকুৰাটৌ কেইজনমান লোকক দেখুওৱাত লোকসকলে তৎক্ষণাত তেজপুৰ সদৰ আৰক্ষী চকীত অৱগত কৰে । আৰক্ষীয়ে তাৎক্ষণিক ভাৱে ঘটনাস্থলীত উপস্থিত হৈ উক্ত লোকসকলৰ পৰা সোণৰ বিস্কুট টুকুৰা নিজৰ জিম্মাত লৈ তদন্ত কৰাত নকল বুলি জানিবলৈ দিয়ে। বৰ্তমানলৈকে এই সোণৰ উৎস কত কি জানিবলৈ পৰা হোৱা নাই। Below Post Ad Tags আঞ্চলিক Newer Older
Pls Comment & share