মৈৰাবাৰীত ধপাঁত বিৰোধী অভিযান । Anti-tobacco operations in Moirabari.
অভিযানৰ সময়ত, জৰ্দা, গুটখা, বিমল, বিড়ি, চিগাৰাট আদিৰ দৰে নকল সামগ্ৰী পৰীক্ষা কৰাৰ লগতে জৰিমনা আৰোপ কৰি আৰু ভৱিষ্যতে এনে কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি সতৰ্ক কৰি দিয়ে।
Pls Comment & share