শিক্ষাৰ বিকল্প একো নাই, তাকেই প্ৰমাণ কৰিলে তামিলনাডুৰ কইম্বাটুৰৰ এখন অতিকে পিছপৰা আদিবাসী গাঁৱৰ অত্যন্ত দুখীয়া দৰিদ্ৰ পিতৃহাৰা ছাত্ৰী #এম শ্বাংগভীয়ে । সৰ্বভাৰতীয় NEET পৰীক্ষাত প্ৰথম বাৰত সফল হ'ব নোৱাৰি দ্বিতীয় প্ৰয়াসত ২০২১ ত সফলতা অৰ্জন কৰিছে।।।
শ্বাংগভীৰ প্ৰয়াসৰ দৰে যাতে আমাৰ যুৱ প্ৰজন্মই চেষ্টা কৰে তাকেই আশাকৰোঁ
Pls Comment & share