ৰাছিয়াত ক'ৰোণা ভাইৰাছ সংক্ৰমণৰ অভিলেখ .......
এদিনত অভিলেখ 41335 টা নতুন ঘটনা ।
এই তথ্য ৰাষ্টীয় ক'ৰোণা ভাইৰাছ টাস্ক ফ'ৰ্চে জনাইছে যে
যোৱা ২৪ ঘণ্টাত দেশত সৰ্বাধিক ঘটনা ।
ইয়াৰ আগতে 31 অক্টোবৰত 40,993টা পোহৰলৈ আহিছিল
যি আছিল দৈনিক ঘটনাৰ সৰ্বাধিক সংখ্যা,
কিন্তু শণিবাৰে এই অভিলেখ ভংগ কৰি সংক্ৰমণৰ গতি অব্যাহত আছে ।
টাস্ক ফ'ৰ্চে জনায় যে COVID - 19 ৰ বাবে ১,১১৮ জন ৰোগীৰ মৃত্যু হৈছে এই দিনটোত ।
ৰাছিয়াই ক'ৰোণা ভাইৰাছ সংক্ৰমণৰ ঘটনা আৰু মৃত্যু নিয়ন্ত্ৰণ কৰিবলৈ
এমাহৰো অধিক সময় ধৰি সংগ্ৰাম কৰি আছে ।
নিম্ন টীকাকৰণ হাৰকৰ বাবে সংক্ৰমণৰ এই ঢৌৰ আৰৰ এটা মুখ্য কাৰণ বুলি বহুতে কব বিচাৰে ।
দেশৰ 146 নযুত লোকৰ 40 শতাংশতকৈও কম লোকক সমূৰ্ণৰূপে টীকাকৰণ কৰা হৈছে এতিয়ালৈকে ।
Pls Comment & share