আমেৰিকান বিখ্যাত গায়িকা ছফিয়া উৰিষ্টাই মঞ্চতেই নিজৰ পেন্ট খুলি পেলালে । অনুৰাগীৰ মুখত কৰিলে প্ৰস্বাৱ। ছোফিয়াৰ কাণ্ডই দেশজুৰি হাহাকাৰ ।
AMERICAN বিখ্যাত গায়িকা ছফিয়া উৰিষ্টা (Sophia Urista) তেওঁৰ অশালীন কাৰ্যৰ বাবে শিৰোনাম দখল কৰিছে। বিখ্যত গায়িকা গৰাকীয়ে এটা লাইভ অনুষ্ঠানত, তেওঁ এনে এটা কাম কৰিছিল যিটো সকলোৰে কল্পনাৰ বাহিৰত আছিল । তেওঁক আজি সামাজিক মাধ্যমত যথেষ্ট ট্ৰ’ল কৰা হৈছে। গায়কিয়া গৰাকীয়ে অৱশ্যে তেওঁৰ অবাঞ্চিত কামৰ বাবে ক্ষমা বিচাৰে। তেওঁ তেওঁৰ INSTRAGAMত লিখিছিল যে তেওঁ কাৰো মনত আঘাত দিয়াৰ উদ্দেশ্য নাছিল। আহক জানো ছফিয়া উৰিষ্টাই কি কাৰ্য কৰিছিল যাৰ বাবে তেওঁ বিবাদৰ মাজত সোমাই পৰিছিল। ছSOPHIA URISTA ই লাইভ অনুষ্ঠানৰ সময়ত মঞ্চত এজন পুৰুষ অনুৰাগীক মাতি তেওঁ লোকজনক শুৱাই আৰু নিজৰ পেণ্ট খুলি লোকজনৰ মুখত প্ৰস্ৰাৱ কৰি দিয়ে। গায়িকাগৰাকীৰ এই কৰ্মক লৈ তাত উপস্থিত থকা সকলো দৰ্শক আচৰিত হৈ উঠিছিল।ছফিয়াৰ এই VEDIO সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। আনকি বহুতে তেওঁৰ এই কৰ্মৰ বাবে তাইক ট্ৰ’ল কৰিছে। বিতৰ্কত লিপ্ত হোৱাৰ পিছত তাই ক্ষমা বিচাৰে।
তেওঁ লগতে কয় যে, মই স্বীকাৰ কৰোঁ যে মোৰ প্ৰস্ৰাৱ কৰা কাৰ্যটো সঠিকহোৱা নাছিল। মই কাকো আঘাত কৰাৰ উদ্দেশ্য নাছিল। মই তাৰ বাবে সকলোকে ক্ষমা বিচাৰোঁ ।
Pls Comment & share