প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি ইয়জনাৰ কিস্তিৰ ধন অহা সপ্তাহত কৃষকৰ একাউণ্টলৈ আহিব ।
প্রধানমন্ত্রী কিষান সম্মান নিধি যোজনাৰ দশম কিস্তি অহা সপ্তাহত দেশৰ কোটি কোটি কৃষকে লাভ কৰা আৰম্ভ কৰিব । ইয়াৰ বাবে চৰকাৰে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে । প্ৰাৰম্ভিক প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছতেই, কৃষকসকলে দশম কিস্তিৰ বাবে ২০০০ টকাকৈ লাভ কৰিব । ভাৰত চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি ১৫ ডিচেম্বৰ 2021ৰ ভিতৰত আপুনি দশম কিস্তি লাভ কৰিব । খ্ৰীষ্টমাছৰ আগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন কৃষকসকলৰ একাউণ্টত সোমাব ।
(pmkisan yojana) নতুন তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব ... হিতাধিকাৰীৰ তালিকাত আপোনাৰ নামটো কেনেদৰে চাব লাগে যিকোনো কৃষকে সহজে জানিব পাৰিব যে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত তেওৰ বেঙ্কত ২,০০০ টকা লাভ কৰিলে নে নাই ?
তাৰ বাবে, আপুনি প্ৰথমে https://pmkisan.gov.in প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট চাব লাগিব । ওপৰত এটা Farmers Corner দেখিব। Beneficiaries Listত ক্লিক কৰক। তাৰ পিছত ড্ৰপডাউন তালিকাৰ পৰা আপোনাৰ ৰাজ্য, জিলা, খণ্ড আৰু গাওঁ বাছনি কৰক। তাৰ পিছত Get Reportত ক্লিক কৰক। ইয়াৰ পিছত হিতাধিকাৰীসকলৰ সম্পূৰ্ণ তালিকা দেখা পাব। ইয়াত আপোনাৰ নাম পৰীক্ষা কৰক।
Pls Comment & share