Homeআঞ্চলিকএকেটা পৰিয়ালৰ পাঁচজনকৈ লোকৰ মৃত্যু এক ভয়ংকৰ পথ দুৰ্ঘটনাত আঞ্চলিক একেটা পৰিয়ালৰ পাঁচজনকৈ লোকৰ মৃত্যু এক ভয়ংকৰ পথ দুৰ্ঘটনাত D24 NEWS ASSAM December 04, 2021 0 adsettra adds একেটা পৰিয়ালৰ পাঁচজনকৈ লোকৰ মৃত্যু এক ভয়ংকৰ পথ দুৰ্ঘটনাত । গোৱালপাৰাৰ ফফঙ্গাত এক ভয়াৱহ দুৰ্ঘটনা সংহিটিত হয় । আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গধাৰবড়িত আজি নিশা ৮:২০ বজাত গোৱালপাৰাৰ পৰা কৃষ্ণাই বিদ্যাপাৰালৈ বুলি নিজৰ ঘৰলৈ গৈ থকাৰ বিপৰীতে গুৱাহাটীৰ পৰা অভয়পুৰীলৈ বুলি আহি থকা দুখন তীব্ৰবেগী চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় কৃষ্ণাই বিদ্যাপাৰাৰ আনোৱাৰ আলিৰ দুই শিশুসহ পাঁচগৰাকী লোক। শিশু দুগৰাকী গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিহত হোৱাৰ বিপৰীতে তিনিগৰাকী লোক ঘটনাস্থলীতে নিহত হয়। এএছ-০১ডিইউ-১৪২৬ নম্বৰৰ ইয়ন আৰু এএছ-২৩এম-৬৫০১ নম্বৰৰ ছুইফ বাহন দুখনৰ ভিতৰত আৱদ্ধ হৈ থকা লোকসকলক দুৱাৰ কাটি উদ্ধাৰ কৰে স্থানীয় ৰাইজে। দুৰ্ঘটনাস্থলীত এম্বুলেঞ্চ গৈ পোৱাত পলম হোৱাৰ বাবে মৃতকৰ সংখ্যা বৰ্ধিত হোৱা বুলি প্ৰত্যক্ষ দৰ্শিয়ে জানিবলৈ দিয়ে । Below Post Ad Tags আঞ্চলিক Newer Older AIRTEL, VODAPHONE, JIO’ৰিছাৰ্জৰ মূল্য বঢ়োৱাৰ পিছত এইবাৰ ১ জানু/২০২১ পৰাই জনতাৰ ওপৰত পৰিব কোনকেইটা মাধমাৰ,আৰু কি কি ?
Pls Comment & share