চৰকাৰী নিয়মক বুঢ়া আঙুলি প্ৰদৰ্শন খোদ চৰকাৰী বিদ্যালয়ৰ (Govt school)
মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ পৰা হেঁচা প্ৰয়োগ কৰি লৈ আছে মাচুল । ছাত্ৰীৰ অভিযোগ অনুসৰি একোজনী ছাত্ৰীৰ পৰা ৩১০০ টকাকৈ মাচুল সংগ্ৰহৰ ব্যবস্থা কৰিছে । অৱশ্যে BPL কাৰ্ড থকা ছাত্ৰীৰ পৰা ১৭০০ টকাকৈ সংগ্ৰহ কৰিছে । এইক্ষেত্ৰত ছাত্ৰী সকলে তীব্ৰ বিৰোধিতা কৰিছে । বিৰোধিতা কৰাৰ বাবেই শিক্ষক কৰ্মচাৰী (কেৰাণী) য়ে বেয়া ব্যৱহাৰ কৰে ছাত্ৰীক ।
Pls Comment & share